খানাপাৰাত উদ্ধাৰ ২১ লাখ ৭৫ হাজাৰ টকা

- খানাপাৰাত ২১ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ।
- অমিত চৌৰাছিয়া নামৰ এজন লোকে আনিছিল ধনখিনি।
- আৰক্ষীৰ নিয়মীয়া তালাচীত উদ্ধাৰ ধনখিনি।
- চৌৰাছিয়াৰ ঘৰ বিশ্বনাথ চাৰিআলিত।
- ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আৰক্ষীৰ।
The post খানাপাৰাত উদ্ধাৰ ২১ লাখ ৭৫ হাজাৰ টকা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NSEvDc
via IFTTT
Comments
Post a Comment