বজালীত পুখুৰীত পৰি সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ

  • দেওবাৰে বজালীৰ শিয়ালমাৰীত অঘটন৷
  • দিনৰ প্ৰায় ১২.৪৫ বজাত এটি পুখুৰীত পৰিল এজন ছাত্ৰ।
  • গড়কাপ্টানী পথৰ কাষৰ পুখুৰীত পৰিল শিয়ালমাৰীৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ৰাহুল ৰয়৷
  • ছাত্ৰজনৰ সন্ধানত নামিল গাঁওবাসী৷
  • বৰ্তমানলৈ কোনো সন্ধান পোৱা নাই ল’ৰাজনৰ৷

The post বজালীত পুখুৰীত পৰি সন্ধানহীন অষ্টম শ্ৰেণীৰ ছাত্ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2R8ylwN
via IFTTT

Comments