দেওবাৰে ভাৰতত উপস্থিত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি

- দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ উজবেকিস্তানৰ ৰাষ্ট্ৰপতি চাভকাট মিৰজিঅ’ৱেভ।
- ভাৰতৰ সৈতে কৃষি,পৰ্যটন, স্বাস্থ্য আদি বিভিন্নক্ষেত্ৰৰ সন্দৰ্ভত আলোচনাত বহিব ৰাষ্ট্ৰপতিগৰাকী।
- দেওবাৰে দুপৰীয়া আগ্ৰাৰ তাজমহল পৰিদৰ্শনৰ পাছত দিল্লীত উপস্থিত হ’ব ৰাষ্ট্ৰপতি মিৰজিঅ’ৱেভ।
- সোমবাৰে ৰাষ্ট্ৰপতি ভৱনলৈ যোৱাৰ পাছতেই হাইদৰাবাদ হাউছত নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব ৰাষ্ট্ৰপতিগৰাকী ।
- বৈঠকত দুয়োখন দেশৰ মাজত গুৰুত্বপূৰ্ণ চুক্তি সম্পাদন হোৱাৰো সম্ভাৱনা ।
The post দেওবাৰে ভাৰতত উপস্থিত উজবেকিস্তানৰ ৰাষ্ট্ৰপতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OtULdr
via IFTTT
Comments
Post a Comment