বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল উদ্বোধন

  • দেওবাৰে আনুষ্ঠানিকভাৱে উদ্ধোধন বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল।
  • সংমণ্ডলটো আনুষ্ঠানিকভাৱে মুকলি কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই।
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনক সাঙুৰি মুকলি কৰা হৈছে সংমণ্ডলটো।
  • নৱগঠিত এই সংমণ্ডলটোৰ প্ৰথমগৰাকী প্ৰাধিকাৰী হ’ব মুকুট দাস।

The post বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডল উদ্বোধন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2R6oM1j
via IFTTT

Comments