বৈঠালাংছ’ত অঘটন, কপিলী নৈত সন্ধানহীন এহাল দম্পতী

- বৈঠালাংছ’ত দেওবাৰে সংঘটিত হ’ল অঘটন।
- কপিলী নদীত সন্ধানহীন হ’ল স্বামী আৰু পত্নী।
- সন্ধানহীন হোৱা মহিলাগৰাকী লাৱণ্য বৰদলৈ বুলি জানিব পৰা গৈছে।
- দেওবাৰে পুৱা কপিলীত গা ধুৱলৈ গৈছিল মহিলাগৰাকী।
- ইফালে, পত্নীক উদ্ধাৰৰ বাবে যোৱা স্বামী অজয় বৰদলৈও সন্ধানহীন।
- ঘটনা সন্দৰ্ভত বৰ্তমান আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
The post বৈঠালাংছ’ত অঘটন, কপিলী নৈত সন্ধানহীন এহাল দম্পতী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NPH6xv
via IFTTT
Comments
Post a Comment