পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণজয়ী ভাগ্যৱতী কছাৰীক সম্বৰ্ধনা অসম বক্সিং সন্থাৰ

- অসম বক্সিং সন্থাই দেওবাৰে সম্বৰ্ধনা জনালে ভাগ্যৱতী কছাৰীক।
- পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণ পদক লাভ কৰিছিল ভাগ্যৱতীয়ে।
- স্বৰ্ণ পদক লাভ কৰাৰ লগতে শ্ৰেষ্ঠ বক্সাৰৰ সন্মানো লাভ কৰিবলৈ সক্ষম হৈছিল বক্সাৰগৰাকী।
- ইয়াৰ পাছতে বিশ্ব বক্সিঙৰ বাবে ভাৰতীয় ছিনিয়ৰ মহিলা দলত স্থান লাভ কৰিছিল ভাগ্যৱতীয়ে।
- ভাগ্যৱতীৰ লগতে দলটোত আছে লাভলিনা বুঢ়াগোহাঁয়ো।
The post পোলেণ্ডৰ আন্তঃৰাষ্ট্ৰীয় বক্সিঙত স্বৰ্ণজয়ী ভাগ্যৱতী কছাৰীক সম্বৰ্ধনা অসম বক্সিং সন্থাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DIO8zL
via IFTTT
Comments
Post a Comment