দাবী কৰা ধন নিবলৈ আহি ডুমডুমাত আটক হ’ল ২ দুৰ্বৃত্ত

  • দাবী কৰা ধন নিবলৈ আহি ডুমডুমাৰ তালাপত আটক হ’ল ২ দুৰ্বৃত্ত।
  • তালাপ আৰক্ষীয়ে আটক কৰে অস্ত্ৰসহ ২ দুৰ্বৃত্ত।
  • তালাপৰ ব্যৱসায়ী দীনদয়াল বাৰ্মাৰ পৰা দাবী কৰা ৫ লাখ টকা নিবলৈ আহিছিল দুৰ্বৃত্ত।
  • আটক হোৱা দুই দুৰ্বৃত্ত ক্ৰমে বিতোপন নেওঁগ আৰু গৌৰীকান্ত মৰাণ।
  • আৰক্ষীয়ে দুৰ্বৃত্তৰ পৰা উদ্ধাৰ কৰে এটা .২২ পিষ্টল, দুটা মোবাইল হেণ্ডচেট আৰু এখন মটৰচাইকেল।

The post দাবী কৰা ধন নিবলৈ আহি ডুমডুমাত আটক হ’ল ২ দুৰ্বৃত্ত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Iqng61
via IFTTT

Comments