লুই বাৰ্জাৰ কেলেংকাৰীঃ অভিযান সামৰি দিল্লীলৈ ৰাওনা চিবিআইৰ অধীক্ষক ৰাজীৱ ৰঞ্জন

- লুই বাৰ্জাৰ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে চিবিআইয়ে।
- গুৱাহাটীত অভিযান সামৰি দিল্লীলৈ ৰাওনা চিবিআইৰ অধীক্ষক ৰাজীৱ ৰঞ্জন।
- দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে তলব কৰি গ’ল ৩ মধ্যস্থতাকাৰীক।
- গুৱাহাটীত অভিযানৰ পূৰ্বে ডিকী দত্তসহ কেইবাজনকো জেৰা চিবিআইৰ।
- ছেপ্টেম্বৰৰ তৃতীয় সপ্তাহতো চিবিআইয়ে জেৰা কৰিছিল ডিকী দত্তক।
- জেৰাত ৰাজনৈতিক নেতাৰো নাম লৈছিল দত্তই।
- চিবিআইয়ে পুনৰ জেৰা চলাব পাৰে আশীস ভূটানীক।
- কেলেংকাৰীৰ তথ্য উদঘাটন কৰিছে চিবিআইয়ে।
- বিষয়া, ৰাজনৈতিক নেতা, মধ্যস্থতাকাৰীয়ে আত্মসাৎ কৰিছিল ধন ।
The post লুই বাৰ্জাৰ কেলেংকাৰীঃ অভিযান সামৰি দিল্লীলৈ ৰাওনা চিবিআইৰ অধীক্ষক ৰাজীৱ ৰঞ্জন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RcHFjh
via IFTTT
Comments
Post a Comment