গোৱাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল’লে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে

- শনিবাৰে গোৱাৰ মুখ্যমন্ত্ৰী পাৰিকাৰক এইমছত সাক্ষাৎ উপ-ৰাষ্ট্ৰপতিৰ।
- দেওবাৰে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে সাক্ষাৎ কৰিলে গোৱাৰ মুখ্যমন্ত্ৰী মনোহৰ পাৰিকাৰক।
- অসুস্থ মুখ্যমন্ত্ৰীজন স্বাহ্যৰ বুজ ল’লে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
- মুখ্যমন্ত্ৰীজনক ১৫ ছেপ্টেম্বৰত ভৰ্তি কৰোৱা হৈছিল এইমছত।
The post গোৱাৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বুজ ল’লে উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NPE2S1
via IFTTT
Comments
Post a Comment