মাধমাৰ! ৬০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম

  • পুনৰ মূল্যবৃদ্ধি হ’ব ৰন্ধন গেছৰ চিলিণ্ডাৰৰ।
  • জনসাধাৰণক পুনৰ মাধমাৰ কেন্দ্ৰ চৰকাৰৰ।
  • ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হ’ব প্ৰতিটোত ৫৯.৫০ টকাকৈ।
  • ইয়াৰ সমান্তৰালকৈ বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হবা ৯১ টকাকৈ।
  • ঘৰুৱা চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ বাবে এতিয়া গ্ৰাহকে ছিলিণ্ডাৰৰ কিনিব লাগিব ৯৪৭ টকাত।
  • দেওবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ’ব এই নিৰিখ।

The post মাধমাৰ! ৬০ টকাকৈ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IrcLj4
via IFTTT

Comments