‘মন কী বাত’ত দেশৰ সেনা বাহিনীক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

  • দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
  • ৪৮ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত সেনা বহিনীক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ।
  • মোডীয়ে ক’লে- সশস্ত্ৰ সীমা বল, সেনা জোৱানক লৈ গৰ্বিত দেশ।
  • প্ৰতি মুহূৰ্ততে দেশ আৰু জনতাৰ সুৰক্ষাৰ স্বাৰ্থত তৎপৰ হৈ থাকে দেশৰ সৈনিক সকল।
  • জয়প্ৰকাশ নাৰায়ণক সোঁৱৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে।
  • মানৱ অধিকাৰ সন্দৰ্ভতো মোডীয়ে ক’লেঃ ২৬খন ৰাজ্যত গঠন কৰা হৈছে মানৱ অধিকাৰ আয়োগ।
  • প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীকো সোঁৱৰণ কৰিলে মোডীয়ে।
  • মহাত্মা গান্ধীৰ স্বচ্ছতা সন্মিলন সন্দৰ্ভতো মোডীৰ মন্তব্য।
  • লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম জয়ন্তী উদযাপন কৰাৰ কথা ঘোষণা কৰিলে মোডীয়ে।
  • এই বছৰ ২ অক্টোবৰৰ বিশেষ মুহূৰ্তৰ কথা ক’লে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • ২ অক্টোবৰৰ পৰা দুবছৰীয়া কাৰ্যসূচীৰে উদযাপন কৰিব মহাত্মা গান্ধীৰ ১৫০ বছৰীয়া জন্ম জয়ন্তী।
  • সমগ্ৰ বিশ্বজুৰি উদযাপন হ’ব এই উৎসৱ।

The post ‘মন কী বাত’ত দেশৰ সেনা বাহিনীক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DIbzZX
via IFTTT

Comments