ধনদাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ দুই নেতা

- চৰাইদেউত ব্যৱসায়ীক ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল সংগঠনৰ দুই নেতা।
- চৰাইদেউৰ বীৰ লাচিত সেনাৰ সভাপতি আৰু সহকাৰী সম্পাদকে দাবী কৰিছিল ধন।
- দাবী কৰা ধন আনিবলৈ গৈ জালত পৰিল সংগঠনটোৰ নেতাদ্বয়।
- সুমন পাল নামৰ এজন ব্যৱসায়ীক ৫০ হাজাৰ টকা দাবী কৰিছিল নেতা দুজনে।
- আটক কৰা নেতা দুজনৰ নাম ক্ৰমে ৰাজীৱ ফুকন আৰু ৰূপম দোলাকাষৰীয়া ।
The post ধনদাবী কৰি আৰক্ষীৰ জালত বীৰ লাচিত সেনাৰ দুই নেতা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QjQczl
via IFTTT
Comments
Post a Comment