ইন্দোৰত উদ্ধাৰ ৯ কিঃগ্ৰাঃ মাৰাত্মক কেমিকেল

  • শনিবাৰে নিশা ইন্দোৰত উদ্ধাৰ হ’ল ৯ কিঃগ্ৰাঃ মাৰাত্মক কেমিকেল।
  • ইন্দোৰৰ এটা অবৈধ লেব’ৰেটৰীৰ পৰা উদ্ধাৰ কেমিকেলখিনি।
  • বিশেষজ্ঞসকলৰ মতে, প্ৰায় ৪০ লাখ লোকৰ প্ৰাণ ল’ব পৰা ক্ষমতাসম্পন্ন এই কেমিকেলখিনি।
  • ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে এনে মাৰাত্মক কেমিকেল উদ্ধাৰ।
  •  কেমিকেলখিনিৰ বজাৰ মূল্য প্ৰায় ১১০ কোটি টকা ।
  • এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

The post ইন্দোৰত উদ্ধাৰ ৯ কিঃগ্ৰাঃ মাৰাত্মক কেমিকেল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2R8wyro
via IFTTT

Comments