মুম্বাইত পদপথত শুই থকা দুজন লোকৰ ওপৰেৰে চলিল বিএমডব্লিউ

  • শনিবাৰে মাজনিশা মু্ম্বাইত অঘটন।
  • পদপথত শুই থকা দুজন লোকৰ ওপৰেদি চলিল এখন বিএমডব্লিউ।
  • ঘটনা সংঘটিত কৰি গাড়ীখন পলায়ন কৰিছিল যদিও ৪ কিঃমিঃ নিলগত আৰক্ষীয়ে জব্দ কৰে গাড়ীখন।
  • পদপথত শুই থকা দুজন লোক গুৰুতৰভাৱে আহত।
  • জানিব পৰা মতে, গাড়ীচালক মহম্মদ আলমে মদ্যপান কৰি চলাইছিল গাড়ী।

The post মুম্বাইত পদপথত শুই থকা দুজন লোকৰ ওপৰেৰে চলিল বিএমডব্লিউ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xNC2jb
via IFTTT

Comments