দেওবাৰে যোৰহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

- দেওবাৰে যোৰহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
- মুখ্যমন্ত্ৰীৰ সৈতে যোৰহাটত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।
- ন-আলি উৰণীয়া সেতু আৰু মহিলা বাণিজ্যিক কেন্দ্ৰৰ শুভাৰম্ভ কাৰ্যসূচীৰ সভাত অংশ লব মুখ্যমন্ত্ৰীয়ে।
- জিলাখনৰ আনকেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীয়ে।
- শুভাৰম্ভ কাৰ্যসূচীৰ সভাত বিধানসভা অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ লগতে সাংসদ কামাখ্যা প্ৰসাদ তাছাও উপস্থিত।
The post দেওবাৰে যোৰহাটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y3QYJi
via IFTTT
Comments
Post a Comment