হোজাইত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহক লৈ উত্তেজনা

  • দেওবাৰে হোজাইৰ নীলবাগানত উত্তেজনাময় পৰিস্থিতি।
  • প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ আৰু ঋণ দিয়াৰ নামত ধন সংগ্ৰহ কৰা কাৰ্যক লৈ এই পৰিস্থিতি।
  • ৰিপাব্লিক পাৰ্টি অৱ ইণ্ডিয়া নামৰ এক দুষ্ট চক্ৰই সংগ্ৰহ কৰিছিল ২০০০ টকাকৈ ধন।
  • শতাধিক মহিলাৰ পৰা সংগ্ৰহ কৰিছিল এই ধন।
  • ৰাইজৰ অভিযোগৰ ভিত্তিত হোজাই আৰক্ষীৰ আটক কৰে প্ৰবঞ্চক চফিকুল ইছলামক।

The post হোজাইত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত ধন সংগ্ৰহক লৈ উত্তেজনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y26zt2
via IFTTT

Comments