ইণ্ডোনেছিয়াৰ পিছত ফিজিত ভূমিকম্পৰ জোকাৰণি

  • ইণ্ডোনেছিয়াৰ পাছতে দেওবাৰে ফিজিত ভূমিকম্প।
  • ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য ৬.৬ ।
  • ভাৰতীয় সময় অনুসৰি ৪ বাজি ২২ মিনিটত ফিজিক জোঁকাৰি যায় এই ভূমিকম্পটোৱে।
  • ভূমিকম্পটোৰ কেন্দ্ৰস্থল আছিল ফিজিৰ পৰা ২৬৩ কি:মি: নিলগত অৱস্থিত টংগা নামৰ ঠাইত।
  • বৰ্তমানলৈকে কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

The post ইণ্ডোনেছিয়াৰ পিছত ফিজিত ভূমিকম্পৰ জোকাৰণি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DIeQZa
via IFTTT

Comments