শ্বীনা বৰা হত্যাকাণ্ডত অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীক ৰোগমুক্ত ঘোষণা

- শ্বীনা বৰা হত্যাকাণ্ডত অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীক জে জে হাস্পতালৰ পৰা দেওবাৰে ৰোগমুক্ত ঘোষণা কৰে চিকিৎসকে।
- ২৮ ছেপ্টেম্বৰত জে জে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল ইন্দ্ৰানী মুখাৰ্জীক।
- স্নায়বিক আৰু দুঃচিন্তাজনিত ৰোগত আক্রান্ত হৈছিল তেওঁ।
- স্বাস্থ্য পৰীক্ষাৰ বাবে ভৰ্তি কৰোৱা হৈছিল চিকিৎসালয়ত।
The post শ্বীনা বৰা হত্যাকাণ্ডত অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীক ৰোগমুক্ত ঘোষণা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2y3s1xC
via IFTTT
Comments
Post a Comment