কাজিৰঙাৰ কঁহৰাত পথ দুৰ্ঘটনা

  • কাজিৰঙাৰ কঁহৰাত পথ দুৰ্ঘটনা।
  • ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ’ল এই দুৰ্ঘটনা।
  • এখন মাৰুতি আৰু ট্ৰাকৰ মাজত সংঘটিত হ’ল মুখামুখি সংঘৰ্ষ ।
  • দুৰ্ঘটনাত গুৰুতৰভাৱে আহত দুয়োখন গাড়ীৰ চালক।
  • আহত বাকী কেইজন যাত্ৰীক প্ৰেৰণ কৰা হৈছে বোকাখাত অসামৰিক চিকিৎসালয়লৈ।

The post কাজিৰঙাৰ কঁহৰাত পথ দুৰ্ঘটনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OXJdvK
via IFTTT

Comments