হাইলাকান্দিত চাকৰিৰ পৰা নিলম্বন লালা ৰাজহ চক্ৰৰ মণ্ডলক

  • হাইলাকান্দিত চাকৰিৰ পৰা নিলম্বন লালা ৰাজহ চক্ৰৰ মণ্ডল চন্দ্ৰ প্ৰকাশ শীলক।
  • জিলা উপায়ুক্ত আদিল খানে নিলম্বন কৰিলে বিষয়াজনক।
  • শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুতত খেলি-মেলি কৰাৰ অভিযোগ।
  • ২০১৭ চনৰ শিলাবৃষ্টিৰ ফলত ক্ষতিগ্ৰস্তসকলৰ তালিকা প্ৰস্তুত কৰিছিল তেওঁ।
  • ইফালে, লালাৰ চক্ৰ বিষয়া মধুমিতা নাথলৈ কাৰণ দৰ্শোৱাৰ জাননীও প্ৰেৰণ কৰিলে জিলা উপায়ুক্তই।

The post হাইলাকান্দিত চাকৰিৰ পৰা নিলম্বন লালা ৰাজহ চক্ৰৰ মণ্ডলক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RdYdHg
via IFTTT

Comments