জেট এয়াৰৱেইজৰ বিমানত যান্ত্ৰিক বিজুতি, জৰুৰী অৱতৰণ ইণ্ডোৰ বিমান বন্দৰত

  • জেট এয়াৰৱেইজৰ বিমানত অঘটন।
  • হায়দৰাবাদ অভিমুখী বিমানত যান্ত্ৰিক বিজুতি।
  • ইণ্ডোৰ বিমান বন্দৰত জৰুৰী বিমান অৱতৰণ কৰিলে বিমানখনে।
  • বিমানখনত আছিল ৯৬জনকৈ যাত্ৰী।
  • সকলো যাত্ৰী এতিয়া নিৰাপদ।
  • ইঞ্জিনৰ বিজুতি ধৰা পৰিছিল বিমানখনত।
  • তাৰপাছতেই জৰুৰী অৱতৰণ কৰা হয় বিমানখন।

The post জেট এয়াৰৱেইজৰ বিমানত যান্ত্ৰিক বিজুতি, জৰুৰী অৱতৰণ ইণ্ডোৰ বিমান বন্দৰত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DIrPdr
via IFTTT

Comments