দেওবাৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু গুজৰাটবাসী

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আদৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ গুজৰাটত।
  • দেওবাৰে গুজৰাটলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।
  • গান্ধী সংগ্ৰহালয় মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • অন্যান্য বহুতো কাৰ্যসূচীত অংশ ল’ব মোডীয়ে।
  • গুজৰাটত কো-অপাৰেটিভ মিল্ক মাৰ্কেটিং ফেডেৰেশ্যনৰ চকলেট প্লাণ্ট শুভাৰম্ভ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • একাংশ কৃষকৰ সৈতেও মত-বিনিময় কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
  • মোডীৰ গৃহৰাজ্যৰ ৰাজকুট, আনন্দ আৰু কূটচ জিলাত বহু কেইটা উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰিব তেওঁ।
  • আনন্দ আৰু আঞ্জাৰত ৰেলীত অংশ ল’ব নৰেন্দ্ৰ মোডীয়ে।

The post দেওবাৰে প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু গুজৰাটবাসী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IrQMbK
via IFTTT

Comments