মধ্য প্ৰদেশত নতুন জিলাৰ সংযোজন ৰাজ্য চৰকাৰৰ

  • মধ্য প্ৰদেশত বৃদ্ধি পাব জিলাৰ সংখ্যা।
  • মধ্য প্ৰদেশ চৰকাৰে শনিবাৰে ঘোষণা কৰিলে এখন নতুন জিলাৰ নাম।
  • নতুনকৈ সংযোজিত হ’বলগীয়া জিলাখনৰ নাম হ”ব নিৱাৰী।
  • জিলাখনত অন্তৰ্ভুক্ত হ’ব নিৱাৰী,অ’ৰশ্বা আৰু পৃথ্বীপুৰ ইত্যাদি সমষ্টি।
  • ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব চৰকাৰৰ এই নিৰ্দেশ ।
  • ২০১৮ৰ শেষৰ ভাগলৈ ৰাজ্যখনত হ’ব বিধানসভাৰ নিৰ্বাচন।
  • নিৰ্বাচনৰ পূৰ্বে চৰকাৰে বৃদ্ধি কৰিলে জিলাখনৰ সংখ্যা।
  • নিৱাৰীৰ সৈতে ৰাজ্যখনৰ জিলাৰ সংখ্যা বৃদ্ধি পাব ৫২খনলৈ।

The post মধ্য প্ৰদেশত নতুন জিলাৰ সংযোজন ৰাজ্য চৰকাৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2xM7AG2
via IFTTT

Comments