২ কন্যা সন্তানসহ বিজেপি প্ৰাৰ্থী হেমা মালিনীৰ ভোটাধিকাৰ সাব্যস্ত…

- সোমবাৰে ভোটাধিকাৰ সাব্যস্ত কৰে অভিনেত্ৰী তথা বিজেপি প্ৰাৰ্থী মেহা মালিনীয়ে।
- দুই কন্যা সন্তান ঈশা দেওল আৰু আহানা দেওলেও সাব্যস্ত কৰে ভোটাধিকাৰ।
- মুম্বাইৰ ৱিলে পাৰ্লেৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ।
- উল্লেখ্য যে, মথুৰাৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে হেমা মালিনীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।
The post ২ কন্যা সন্তানসহ বিজেপি প্ৰাৰ্থী হেমা মালিনীৰ ভোটাধিকাৰ সাব্যস্ত… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PCsCyC
via IFTTT
Comments
Post a Comment