জুৰীয়াত যুৱতীক আক্ৰমণ ভণ্ড প্ৰেমিকৰ…

  • জুৰীয়াত যুৱতীক আক্ৰমণ ভণ্ড প্ৰেমিকৰ।
  • ভণ্ড প্ৰেমিকৰ আক্ৰমণত গুৰুতৰভাৱে আহত যুৱতীগৰাকী।
  • যুৱতীৰ অশ্লীল ফটো ভাইৰেল কৰিছিল ছচিয়েল মিডিয়াত।
  • এই সন্দৰ্ভত গোচৰ তৰাৰ বাবে যুৱতীগৰাকীক আক্ৰমণ কৰে প্ৰেমিকে।
  • গোচৰ তৰি ওভতাৰ পথত আক্ৰমণ কৰে মুনজুৰ আহমেদে।
  • সম্প্ৰতি পলাতক অভিযুক্ত আহমেদ।

The post জুৰীয়াত যুৱতীক আক্ৰমণ ভণ্ড প্ৰেমিকৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2vuiChC
via IFTTT

Comments