বাণ্ড্ৰাত পৰিয়ালৰসহ ভোটাধিকাৰ সাব্যস্ত শচীন তেণ্ডুলকাৰৰ…

  • চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে মুম্বাইৰ ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰে ভোটাধিকাৰ।
  • শচীনৰ সৈতে পত্নী অঞ্জলি তেণ্ডুলকাৰ, কন্যা ছাৰা আৰু পুত্ৰ অৰ্জুনেও কৰে ভোটাধিকাৰ সাব্যস্ত।
  • বাণ্ড্ৰাৰ ২০৩ নং ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান পৰিয়ালসহ শচীন তেণ্ডুলকাৰৰ।
  • উল্লেখ্য যে, সোমবাৰে অৰ্জুন তেণ্ডুলকাৰে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰে।

The post বাণ্ড্ৰাত পৰিয়ালৰসহ ভোটাধিকাৰ সাব্যস্ত শচীন তেণ্ডুলকাৰৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2XUnKIm
via IFTTT

Comments