ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত ৫ পৰ্যটক…

- ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত।
- দুৰ্ঘটনাৰ ফলত ৫জন পৰ্যটকৰ মৃত্যু।
- নিহত সকলৰ ভিতৰত ৩গৰাকী মহিলা আৰু ২ জন পুৰুষ।
- দেওবাৰে ছিকিমৰ জে এন পথ ৬ মাইলত সংঘটিত হৈছিল এই দুৰ্ঘটনা।
- কলকাতাৰ পৰা ছিকিমলৈ আহিছিল পৰ্যটকৰ দল।
- চংগো হ্ৰদৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত।
- দুৰ্ঘটনাটোত আহত এটি শিশু আৰু এগৰাকী মহিলা সম্প্ৰতি চিকিত্সাধীন।
The post ছিকিমত পৰ্যটক কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত, নিহত ৫ পৰ্যটক… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2GP9hHM
via IFTTT
Comments
Post a Comment