দিল্লীত বিধ্বংসী অগ্নিকাণ্ড…

  • দিল্লীত বিধ্বংসী অগ্নিকাণ্ড।
  • নৰেণা অঞ্চলৰ এটা কেমিকেল ফেক্টৰীত এই অগ্নিকাণ্ড।
  • বৰ্তমানৰ লৈকে কোনো হতাহতিৰ খবৰ পোৱা হোৱা নাই।
  • ৩০ খন অগ্নিনিৰ্বাপকৰ বাহন উপস্থিত ঘটনাস্থলীত।
  • বৰ্তমানেও নিৰ্বাপিত হোৱা নাই জুই।

The post দিল্লীত বিধ্বংসী অগ্নিকাণ্ড… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2PFFS5S
via IFTTT

Comments