চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ দিনৰ ১২বজালৈ ৯ ৰাজ্যৰ ক’ত কিমান ভোটদানৰ হাৰ…

- দেশত শান্তিপূৰ্ণভাৱে চলি আছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
- ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী।
- দিনৰ ১২ বজালৈকে ৯ ৰাজ্যত ভোটাদানৰ হাৰ ক্ৰমে-
- বিহাৰত দিনৰ ১২ বজালৈ ভোটদানৰ হাৰ ১৮.২৬ %।
- জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ ৩.৭৪ %।
- ঝাৰখণ্ডত ২৯.২১ % ভোটদানৰ হাৰ দিনৰ ১২বজালৈকে।
- মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ২৬.৬২ %।
- মহাৰাষ্ট্ৰত দিনৰ ১২ বজালৈ ভোটদানৰ হাৰ ১৬.৪৭ %।
- ওড়িশ্যাত ১৯.৬৭ % ভোটদানৰ হাৰ।
- ৰাজস্থানত ভোটদানৰ হাৰ ২৯.১৯%।
- উত্তৰপ্ৰদেশত দিনৰ ১২ বজালৈ ২১.১৮% ভোটদানৰ হাৰ।
- আৰু পশ্চিমবংগত ভোটদানৰ হাৰ ৩৫.১০ %।

The post চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ দিনৰ ১২বজালৈ ৯ ৰাজ্যৰ ক’ত কিমান ভোটদানৰ হাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal http://bit.ly/2VsGfpL
via IFTTT
Comments
Post a Comment