আজি শিৱসাগৰৰ আমগুৰিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল…

  • শিৱসাগৰৰ আমগুৰিত বুধবাৰে ১০০ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম আমগুৰি সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
  • হেলিকপ্টাৰযোগে আমগুৰিত উপস্থিত হ’ব মুখ্যমন্ত্ৰীগৰাকী।
  • ভাৰত চৰকাৰৰ অধীনৰ ছ’লাৰ এনাৰ্জী কৰ্প’ৰেচন অৱ ইণ্ডিয়াই এই সৌৰ প্ৰকল্পটোৰ দায়িত্ব গ্ৰহণ কৰিছে।
  • আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্ৰী তপন গগৈ, সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাও উপস্থিত থাকিব।

 

The post আজি শিৱসাগৰৰ আমগুৰিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EALXMT
via IFTTT

Comments