শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰ ওলালেগৈ বাবা ৰামদেৱ

  • তামুলপুৰৰ কলবাৰীত শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ বাসগৃহত বাবা ৰামদেৱ৷
  • তেওঁৰ লগত আছে আচাৰ্য বালাকৃষ্ণন আৰু আন সহযোগী সকল৷
  • শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি ঞ্জাপন কৰে তেওঁ৷
  • শ্বহীদৰ পত্নী পুত্ৰ আৰু কন্যাৰ সৈতে বাৰ্তালাপ কৰে যোগগুৰুজনে৷
  • আঢ়ৈ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰে তেওঁ শ্বহীদৰ পৰিয়ালক৷
  • তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মছাহাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য দেৱেন বড়োৱে সংগ দিয়ে বাবা ৰামদেৱক৷

The post শ্বহীদ মনেশ্বৰ বসুমতাৰীৰ ঘৰ ওলালেগৈ বাবা ৰামদেৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ub9ZDq
via IFTTT

Comments