বুদগমাত বিমান ভূপতিত হৈ প্ৰাণ হেৰুওৱা উইং কামাণ্ডাৰৰ নশ্বৰ দেহ স্বগৃহলৈ

- চণ্ডীগড়ত উপস্থিত উইং কামাণ্ডাৰ সিদ্ধাৰ্থৰ নশ্বৰ দেহ।
- বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে চণ্ডীগড়ৰ নিজ বাসগৃহলৈ অনা হয় উইং কামাণ্ডাৰ গৰাকীৰ নশ্বৰ দেহ।
- শ্বহীদ উইং কামাণ্ডাৰগৰাকীৰ নশ্বৰ দেশ বাসগৃহলৈ অনাৰ পিছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ।
- শ্বহীদ বৈমানিকগৰাকীক শেষ শ্ৰদ্ধা ভাৰতীয় বায়ু সেনাৰ।
- উল্লেখ্য, বুধবাৰে শ্ৰীনগৰৰ বুদগামত ভূপতিত হৈছিল ভাৰতীয় বায়ু সেনাৰ এমআই-১৭ ভি৫ বিমান।
- বিমানখনৰ লগতে প্ৰাণ হেৰুৱাইছিল পাইলটজনে।
The post বুদগমাত বিমান ভূপতিত হৈ প্ৰাণ হেৰুওৱা উইং কামাণ্ডাৰৰ নশ্বৰ দেহ স্বগৃহলৈ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2GN1MlS
via IFTTT
Comments
Post a Comment