নাটক নে কুটনীতি! পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতক দিছে আলোচনাৰ প্ৰস্তাৱ

  • আকৌ ওলোটা খৰ ইমৰান খানৰ।
  • পুনৰ ভাৰতৰ প্ৰতি আহ্বান পাক প্ৰধানমন্ত্ৰীৰ।
  • আলোচনাৰ প্ৰস্তাৱ পাক প্ৰধানমন্ত্ৰীগৰাকীৰ।
  • ভাৰতৰ দাবী- যুদ্ধৰ সদৃশ পৰিৱেশ সৃষ্টি কৰিছে পাকিস্তানে।
  • ভাৰতৰ ভূমিত প্ৰৱেশ কৰি ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণৰ চেষ্টা কৰিছিল পাক বায়ু সেনাই।
  • এতিয়া আন্তৰাষ্ট্ৰীয় মহলে বিচাৰ কৰিব পাকিস্তানৰ স্থিতি।
  • ভাৰতে চলাইছিল সন্ত্ৰাসবাদৰ বিৰুদ্ধে অভিযান।
  • তাৰ বিপৰীতে পাকিস্তানে ভাৰকত আক্ৰমণৰ লক্ষ্য কৰিছিল।
  • চীনত উপস্থিত বিদেশ মন্ত্ৰী সুষমা স্বৰাজ।
  • সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ পক্ষত থাকিব চীন।
  • এই প্ৰতিশ্ৰুতি সুষমা স্বৰজাক দিলে চীনে।

The post নাটক নে কুটনীতি! পাক প্ৰধানমন্ত্ৰী ইমৰান খানে ভাৰতক দিছে আলোচনাৰ প্ৰস্তাৱ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SuJVSm
via IFTTT

Comments