এইবাৰ পাকিস্তানৰ বায়ু সেনাই ভাৰতত পেলালে বোমা

  • পাকিস্তানৰ বায়ুসেনা বিমানে ভাৰতত পেলালে বোমা।
  • ৰাজাউৰী চেক্টৰত পুৱাই আকাশ মাৰ্গৰ পৰা নিক্ষেপ কৰিলে বোমা।
  • ভাৰতীয় সেনা বাহিনীৰ এটা চাউনীৰ সমীপত নিক্ষেপ কৰিলে এই বোমা।
  • এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ বাতৰি পোৱা হোৱা নাই।

The post এইবাৰ পাকিস্তানৰ বায়ু সেনাই ভাৰতত পেলালে বোমা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IDTtL1
via IFTTT

Comments