সেনাৰ দাবী- বোমা নিক্ষেপ কৰা পাকিস্তানৰ বিমানখন ভূপতিত কৰা হৈছে

  • ভাৰতৰ দাবী বোমা নিক্ষেপ কৰা এফ-১৬ বিমানখন ভূপতিত কৰিছে ভাৰতীয় সেনাই।
  • এল অ চিৰ পৰা ৩ কিঃমিঃ নিলগৰ পাকিস্তান অধিকৃত লাম চেক্টৰত এই বিমানখন ভূপতিত কৰা বুলি দাবী কৰিছে ভাৰতে।
  • বিমানখনৰ পৰা পেৰাচ্যুটেৰে পাইলটজন বাহিৰ হোৱা বুলিও জনাইছে।

  • কিন্তু পাইলটজনৰ সন্ধান লাভ হোৱা নাই।
  • ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অধিক বৃদ্ধি।
  • পুৱাই ভাৰতৰ এখন যুঁজাৰু বিমান ভূপতিত হৈছিল।

  • পাকিস্তানে এই সন্দৰ্ভত এক বিবৃতিও প্ৰকাশ কৰিছে।
  • পাকিস্তানৰ এগৰাকী বিদেশ মন্ত্ৰণালয়ৰ বিষয়াই টুইটাৰত লিখিছে ভাৰতক আক্ৰমণ কৰাৰ কথা।

The post সেনাৰ দাবী- বোমা নিক্ষেপ কৰা পাকিস্তানৰ বিমানখন ভূপতিত কৰা হৈছে appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Eef1bI
via IFTTT

Comments