দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

- দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।
- প্ৰধানমন্ত্ৰীৰ সৈতে অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ৰাজ্যবৰ্ধন সিঙ ৰাথৌৰ।
#WATCH Delhi: Prime Minister Narendra Modi arrives at the 'National Youth Parliament Festival 2019' at Vigyan Bhavan. pic.twitter.com/veEqbiapEz
— ANI (@ANI) February 27, 2019
- অনুষ্ঠানত মোডীয়ে কয় – আমাৰ সন্মুখত নতুন ভাৰতৰ নতুন প্ৰতিচ্ছবি।’
- ‘নতুন চিন্তাধাৰাৰ দেশ আৰু সমাজৰ সৈতে একাত্ম হোৱাৰ চেষ্টা চলাইছো।’
- ‘শক্তিশালী যুৱশক্তিয়ে হ’ল ভাৰতৰ ভৱিষ্যৎ।’

- ‘নতুন চিন্তাধাৰাক কাৰ্যত পৰিণত কৰাটো মোৰ স্বভাৱ।’
- ‘সকলো কথা মই প্ৰথমে নকওঁ, লাহে লাহে সকলো কথা সন্মুখলৈ লৈ আহো।
- ”ভাষণ কেৱল কথাৰ ফুলজাৰি নহয়।
- ”কথাবোৰ ফলদায়ক হওক বা নহওক, প্ৰেৰণাদায়ক হোৱা উচিত।’
The post দিল্লীত ৰাষ্ট্ৰীয় যুৱ সংসদ মহোৎসৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EjQUYX
via IFTTT
Comments
Post a Comment