হঠাৎ সুৰ সলনি, ভাৰতীয় যুঁজাৰু বিমান ভূপতিত কৰা নাই বুলি মন্তব্য পাক সেনা বিষয়াৰ

  • পাকিস্তানৰ আই এছ পি আৰৰ ডিজি মেজৰ জেনেৰেল আছিফ গফুৰৰ লুটি বাগৰ।
  • ভাৰতীয় যুঁজাৰু বিমান ভূপতিত হোৱাৰ সৈতে জড়িত নহয় পাকিস্তান।
  • ভাৰতৰ ভূমিত এখন এয়াৰ ক্ৰাফ্ট ভূপতিত হৈছে।
  • তাৰ সৈতে কোনোপধ্যে জড়িত নহয় পাকিস্তানী সেনা।
  • কিছুসময় আগলৈকে দুখনকৈ ভাৰতীয় এয়াৰক্ৰাফ্ট ভূপতিত কৰা বুলি দাবী কৰিছিল পাকিস্তানে।

The post হঠাৎ সুৰ সলনি, ভাৰতীয় যুঁজাৰু বিমান ভূপতিত কৰা নাই বুলি মন্তব্য পাক সেনা বিষয়াৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Eeu8Su
via IFTTT

Comments