ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত পোৰা বাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ…

  • ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত।
  • বৃহস্পতিবাৰে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পোৰা বাংলাত আটছা মৰঙি উপশাখাৰ উদ্যাগত অনুষ্ঠিত হয় সজাগতা সভা আৰু প্ৰতিবাদী কাৰ্য্যসূচী।
  • ৰাজ্যত চুলাই মদ, লালী গুড় আৰু সকলোধৰণৰ মাদক দ্ৰব্য বন্ধ কৰাৰ দাবী জনালে প্ৰতিবাদকাৰীয়ে।
  •  এই প্ৰতিবাদী কাৰ্যসূচীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি মৰঙি আঞ্চলিক সমিতিৰ সদস্য সকলেও ভাগ লয়।

The post ৰাজ্যত মাদক দ্ৰব্য নিষিদ্ধ কৰাৰ দাবীত পোৰা বাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IHaTq8
via IFTTT

Comments