দুখনকৈ ভাৰতীয় যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী পাকিস্তানৰ

- পাকিস্তানৰ আই এছ আৰ পিৰ ডিজি মেজৰ জেনেৰেল এ গফুৰৰ দাবী-
- পাকিস্তানে দিলে প্ৰত্যুত্তৰ।
- দুখনকৈ ভাৰতীয় বিমান ভূপতিত কৰিলে পাক বায়ু সেনাই।
- তাৰে এখন পাকিস্তান অধিকৃত কাশ্মীৰত ভূপতিত হয়।
- আনখন বিমান ভূপতিত হয় কাশ্মীৰত।
- সীমান্ত ৰেখা অতিক্ৰম কৰাৰ বাবে পাকিস্তানে চলাইছিল গুলী।
- পাকিস্তানৰ পুৱাৰ আক্ৰমণৰ পাছতেই পাকিস্তানৰ মাটিত প্ৰৱেশ কৰিছিল ভাৰতীয় যুঁজাৰু বিমান দুখনে।
- ‘আমি নিজৰ সীমাত থাকি আত্মৰক্ষাৰ বাবে এই ব্যৱস্থা ল’ব লগা হৈছে।’
- এজন ভাৰতীয় পাইলটক আটক কৰা বুলি দাবী কৰিছে পাক সেনাই।
The post দুখনকৈ ভাৰতীয় যুঁজাৰু বিমান ভূপতিত কৰাৰ দাবী পাকিস্তানৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tGsYdG
via IFTTT
Comments
Post a Comment