জম্মু-কাশ্মীৰত দ্বিতীয়বাৰলৈ যুদ্ধবিৰতি উলংঘা পাক সেনাৰ…

- বৃহস্পতিবাৰে পুনৰ যুদ্ধবিৰতি উলংঘা পাকিস্তানৰ।
- দিনৰ ১ বজাত পাক সেনাই গুলীবৰ্ষণ কৰে ভাৰতৰ ভূমিত।
- জম্মু-কাশ্মীৰৰ পুঞ্চৰ কৃষ্ণা ঘাটিত গুলীবৰ্ষণ।
- ভাৰতীয়ে সেনায়ো যোগ্যপ্ৰত্যুত্তৰ দিয়ে।
- বৃহস্পতিবাৰে পুৱা ৬ বজাতো যুদ্ধবিৰতি উলংঘা কৰিছিল পাক সেনাই।
The post জম্মু-কাশ্মীৰত দ্বিতীয়বাৰলৈ যুদ্ধবিৰতি উলংঘা পাক সেনাৰ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2VpfCy1
via IFTTT
Comments
Post a Comment