বিশ্বাসঘাতক পাকিস্তানৰ এয়া হেনো আত্মৰক্ষাহে…

- জম্মু-কাশ্মীৰত ভাৰতৰ মাটিত পাকিস্তানৰ বোমা নিক্ষেপক লৈ মন্তব্য পাকিস্তানৰ বৈদেশীক পৰিক্ৰমা দপ্তৰৰ প্ৰবক্তা মহম্মদ ফৈজলৰ।
- ‘পাকিস্তান বায়ু সেনাই আকাশ মাৰ্গৰ পৰা এল অ’ চিত আক্ৰমণ চলাইছিল।’
- ‘আমাৰ এই আক্ৰমণৰ উদ্দেশ্য আছিল আত্মৰক্ষাৰ বাবে আমাৰ অধিকাৰ, ইচ্ছাশক্তি আৰু ক্ষমতা প্ৰদৰ্শন কৰা।’
- ‘আমি যুদ্ধৰ বাবে আগবাঢ়ি যোৱাৰ ইচ্ছা কৰা নাই।’
- ‘কিন্তু যদি তাৰ বাবে ভাৰতে আমাক বাধ্য কৰায় তেন্তে তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি সম্পূৰ্ণৰূপে সাজু।’
The post বিশ্বাসঘাতক পাকিস্তানৰ এয়া হেনো আত্মৰক্ষাহে… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2IFt3Zr
via IFTTT
Comments
Post a Comment