গোলাঘাটৰ সুৰা ট্ৰেজেডী, বৃহস্পতিবাৰে পৰিস্থিতি অধ্যয়নৰ বাবে যাব সৰ্বদলীয় প্ৰতিনিধি দল

- গোলাঘাটৰ সুৰা ট্ৰেজেডীৰ পৰিস্থিতি এতিয়াও ম্লান পৰা নাই।
- বৃহস্পতিবাৰে এই অধ্যয়নৰ বাবে গোলাঘাটলৈ যাব সৰ্বদলীয় প্ৰতিনিধি দল।
- তেওঁলোকে অধ্যয়ন কৰিব সমগ্ৰ পৰিৱেশ।
- ইফালে পুৱা ১০ বজাৰ পৰা গোলাঘাটৰ আৱৰ্ত ভৱনত অনুষ্ঠিত হ’ব লোক শুনানি।
- উজনি অসমৰ আয়ুক্ত জুলী সোণোৱালে সাক্ষ্য গ্ৰহণ কৰিব এই লোক শুনানিত।
- সুৰাৰ সন্ত্ৰাসক লৈ এতিয়াও উত্তপ্ত হৈ আছে পৰিস্থিতি।
The post গোলাঘাটৰ সুৰা ট্ৰেজেডী, বৃহস্পতিবাৰে পৰিস্থিতি অধ্যয়নৰ বাবে যাব সৰ্বদলীয় প্ৰতিনিধি দল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TmFX2t
via IFTTT
Comments
Post a Comment