ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে পাকিস্তানত বন্ধ সকলো বিমানৰ উৰণ

- সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে লোৱা স্থিতিত কম্পমান পাকিস্তান।
- ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে বিপাঙত পৰিছে পাকিস্তান।
- ভাৰতৰ এনে কঠোৰ স্থিতিক লৈ চিন্তিত পাকিস্তান।
- পাকিস্তানে বন্ধ কৰিছে সকলো বিমানৰ উৰণ।
- ৰাষ্ট্ৰীয় সংবাদ মাধ্যমন প্ৰকাশিত বাতৰি অনুসৰি পাকিস্তান চিভিল এভিয়েচন অথৰিটীয়ে বিমান সেৱা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে।
- পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত বন্ধ থাকিব সকলো ঘৰুৱা আৰু আন্তৰ্জাতিক বিমান।
- ইফালে তৎপৰতা অৱলম্বন কৰিছে ভাৰতেও।
- ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জল, স্থল আৰু বায়ুসেনাৰ মুৰব্বীৰ সৈতে মিলিত হৈছে বৈঠকত।
- বৈঠকত মিলিত হৈ তিনিওটা বাহিনীক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে ভাৰতে।
The post ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পিছতে পাকিস্তানত বন্ধ সকলো বিমানৰ উৰণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2BX0Fw1
via IFTTT
Comments
Post a Comment