শ্ৰীনগৰত ভূপতিত বায়ু সেনাৰ বিমান, দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ ২ টা মৃতদেহ…

  • জম্মু-কাশ্মীৰত ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান ভূপতিত।

  • দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ দুটাকৈ মৃতদেহ।

  • পুৱাই শ্ৰীনগৰৰ পৰা উৰা মাৰিছিল বিমানখনে।

  • বুদগামত ভূপতিত হৈছিল এই এয়াৰক্ৰাফ্টখন।
  • বায়ু সেনাৰ সূত্ৰ মতে কাৰিকৰী কাৰণত দুৰ্ঘটনাত পতিত হয় বিমান খন।
  • ঘটনাস্থলীত উপস্থিত হৈছেগৈ উদ্ধাৰকাৰী দল।

The post শ্ৰীনগৰত ভূপতিত বায়ু সেনাৰ বিমান, দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ ২ টা মৃতদেহ… appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2tFw6pW
via IFTTT

Comments