দিল্লীৰ ই ডি কাৰ্যালয়ত উপস্থিত ৰবাৰ্ট বাদ্ৰা

  • দিল্লীৰ ই ডি কাৰ্যালয়ত উপস্থিত ৰবাৰ্ট বাদ্ৰা।
  • বুধবাৰে পুৱাই ই ডি কাৰ্যালয়ত উপস্থিত নিৰ্দেশ বাদ্ৰা।
  • ধন আত্মসাতৰ গোচৰত সোধ-পোছ কৰা হ’ব বাদ্ৰাক।
  • পূৰ্বতে কেইবাবাৰো ই ডি কাৰ্যালয়ত সোধ-পোছ কৰা হৈছে ৰবাৰ্ট বাদ্ৰাক।
  • ই ডিৰ এই  সোধা-পোছা বন্ধ কৰিবলৈ ৰবাৰ্ট বাদ্ৰা ন্যায়ালৰ কাষ চাপিছিল যদিও হৈছিল নিৰাশ।
  • বেনামী সম্পত্তি সন্দৰ্ভতো সোধা-পোছা কৰা হ’ব বাদ্ৰাক।

 

The post দিল্লীৰ ই ডি কাৰ্যালয়ত উপস্থিত ৰবাৰ্ট বাদ্ৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2UaIVEk
via IFTTT

Comments