পাকিস্তানৰ আক্ৰমণৰ পাছত দিল্লীত শ্বাসৰুদ্ধকৰ বৈঠক

- পাকিস্তান বায়ুসেনাৰ আক্ৰমণৰ পাছতে তৎপৰ ভাৰত চৰকাৰ।
- কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত দিল্লীত গুৰুত্বপূৰ্ণ বৈঠক।
- বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, গৃহ সচিব, RAW আৰু IBৰ মুৰব্বী।
- গৃহ মন্ত্ৰণালয়ৰ বহু কেইজন শীৰ্ষ বিষয়া উপস্থিত বৈঠকত।
- নৰ্থ ব্লকত অনুষ্ঠিত হয় এই গুৰুত্বপূৰ্ণ বৈঠক
The post পাকিস্তানৰ আক্ৰমণৰ পাছত দিল্লীত শ্বাসৰুদ্ধকৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2TlRBuv
via IFTTT
Comments
Post a Comment