দুলীয়াজানত ৫ দিনীয়া দেৱশিশুক মাতৃৰ বুকুৰ পৰা অপহৰণ

- দুলীয়াজানত ৫ দিনীয়া দেৱশিশুক মাতৃৰ বুকুৰ পৰা অপহৰণ।
- নিউ ডিৰিয়াল চাহ বাগিচাৰ ৫নং লাইনত এই চাঞ্চল্যকৰ ঘটনা।
- মঙলবাৰে নিশা বাগিচাখনৰ মাৰ্থিন মুণ্ডা আৰু বিৰষ্ট মুণ্ডাৰ ৫ দিনীয়া পুত্ৰ সন্তানক অপহৰণ কৰে দুৰ্বৃত্তই।
- ঘটনা সন্দৰ্ভত দুলীয়াজান আৰু বৰডুবি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে
- বৰ্তমানলৈকে শিশুটিৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই।
The post দুলীয়াজানত ৫ দিনীয়া দেৱশিশুক মাতৃৰ বুকুৰ পৰা অপহৰণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2T0pim1
via IFTTT
Comments
Post a Comment