ভাৰত-পাকিস্তানৰ বিমান সেৱাত প্ৰভাৱ, বন্ধ কৰি দিয়া হৈছে দুই দেশৰ কেইবাটাও বিমান বন্দৰ

  • ভাৰত-পাকিস্তানৰ মাজত বিৰাজ কৰা শেহতীয়া পৰিস্থিতিৰ প্ৰভাৱ পৰিছে বিমান উৰণত।
  • ভাৰত আৰু পাকিস্তানৰ মাজেৰে অহাযোৱা কৰা আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা সমূহৰ পথ সলনি কৰা হৈছে।
  • কেইবাখনো বিমান গন্তব্য স্থানৰ বিপৰীতে উৰণ আৰম্ভ কৰা স্থানলৈ ঘূৰাই পঠিওৱা হৈছে।
  • পঞ্জাৱৰ অমৃতসৰ বিমান বন্দৰত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।
  • অমৃতসৰ বিমান বন্দৰত বিমান সেৱা বাতিল কৰা হৈছে।
  • পাকিস্তানতো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা উৰণত প্ৰভাৱ পৰিছে।
  • লাহোৰ, মুলতান, ফৈছলাবাদ, শিয়ালকোট আৰু ইছলামাবাদ বিমান বন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।

The post ভাৰত-পাকিস্তানৰ বিমান সেৱাত প্ৰভাৱ, বন্ধ কৰি দিয়া হৈছে দুই দেশৰ কেইবাটাও বিমান বন্দৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EzB0er
via IFTTT

Comments