ৰৌতাত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

  • ৰৌতাত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন ।
  • সন্ধানহীন ছাত্ৰ জনৰ নাম জুলিয়াচ মুৰ্মু ।
  • ৰৌতা জাতীয় বিদ্যালয়ৰ ছাত্ৰ জুলিয়াচ মুৰ্মু ।
  • যোৱা মঙলবাৰৰ পৰা সন্ধানহীন হৈ আছে ছাত্ৰ জন।
  • ছাত্ৰজনৰ বয়স ১৫ বছৰ।
  • ছাত্ৰজনৰ ঘৰ ৰৌতাৰ ১নং ভেৰগাওঁত ।
  • ছাত্ৰ জন সন্ধানহীন হোৱাক লৈ পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ ।
  • কোনো লোকে সন্ধান পালে ৭০০২৮৭৯৭২৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান পৰিয়ালৰ লোকৰ

The post ৰৌতাত নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EhpKSG
via IFTTT

Comments