তুংগত ভাৰত–পাকিস্তানৰ সংঘাত, কেবিনেট বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

- তুংগত উঠিছে ভাৰত–পাকিস্তানৰ মাজত সংঘাত।
- কেবিনেট বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
- বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত আহ্বান কৰা হৈছে এই বৈঠকৰ।
- বৈঠকৰ পূৰ্বে মোদীয়ে অংশগ্ৰহণ কৰিব কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠকত।
- যিকোনে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ তৎপৰ হৈছে দুয়োখন দেশ।
- কেবিনেট কমিটী অন ছিকিউৰিটীৰ বৈঠকত ভাৰত–পাকিস্তানৰ মাজত বৃদ্ধি পোৱা সংঘাতৰ শেহতীয়া পৰিস্থিতিৰ বুজ ল’ব প্ৰধানমন্ত্ৰীয়ে।
- পাকিস্তানৰ বিৰুদ্ধে কেনেধৰণৰ পৰৱৰ্তী পদক্ষেপ লোৱা হ’ব সেই প্ৰসংগটো বৈঠকত সিদ্ধান্ত হোৱাৰ সম্ভাৱনা।
The post তুংগত ভাৰত–পাকিস্তানৰ সংঘাত, কেবিনেট বৈঠকৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2NAmdTz
via IFTTT
Comments
Post a Comment